ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি
নগাঁও, ২৯ অক্টোবৰ (হি.স.)। ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি।লাখপতি বাইদেউ আচঁনিৰ পৰা বঞ্চিত মহিলাই ঘেৰাও কৰিলে উন্নয়ন খণ্ডৰ কাৰ্য্যলয়।মহিলা আত্ম সহায়ক গোটৰ মহিলাক ক্ষান্ত কৰাৰ শ্রেষ্টা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাৰ। কিন্তু মহিল
ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি


নগাঁও, ২৯ অক্টোবৰ (হি.স.)। ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি।লাখপতি বাইদেউ আচঁনিৰ পৰা বঞ্চিত মহিলাই ঘেৰাও কৰিলে উন্নয়ন খণ্ডৰ কাৰ্য্যলয়।মহিলা আত্ম সহায়ক গোটৰ মহিলাক ক্ষান্ত কৰাৰ শ্রেষ্টা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাৰ।

কিন্তু মহিলা সকলে জবাবদিহি কৰে প্ৰকল্প প্ৰবন্ধক গৰাকীক।উল্লেখ্য যে টুকটুকী গাঁও পঞ্চায়তৰ ঊনৈছটাকৈ গোটৰ মহিলাক মৃত বুলি দেখুৱাই আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল জীৱিকা সখী ৰেহেনা বেগম আৰু গাওঁবুঢ়া আবুল হুছেইনৰ বিৰুদ্ধে।আজি প্ৰায় তিনিশতাধিক মহিলাই জীৱিকা সখিক বৰ্খাস্ত কৰাৰ লগতে পুনৰ লাখপতি বাইদেউ আচঁনিত অন্তৰ্ভূক্তিৰ দাবীত ঘেৰাও কৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যলয়টো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande