শিলঘাটত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ
নগাঁও, ২৯ অক্টোবৰ (হি.স.)। অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত শিলঘাটত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত মৃত্যুমুখত পৰে গঁড়টো। বাঘৰ আক্ৰমণতে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থল
শিলঘাটত এটা গঁড়ৰ মৃত্যু।   শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত মৃত্যু গঁড়টোৰ।


নগাঁও, ২৯ অক্টোবৰ (হি.স.)। অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত শিলঘাটত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত মৃত্যুমুখত পৰে গঁড়টো।

বাঘৰ আক্ৰমণতে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত শিলঘাট বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। অৱশ্যে চিকিৎসক অহাৰ পিছতহে মৰণোত্তৰ পৰীক্ষাৰ অন্তত গম পোৱা যাব গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande