লক্ষীপুৰ সমষ্টিতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ
কাছাৰ, ২৭ অক্টোবৰ (হি.স.)। লক্ষীপুৰ সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ। সোমবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে নিযুত মইনা ২-০ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে একে দিনাই কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। লক্ষীপুৰৰ লাবক
লক্ষীপুৰ সমষ্টিতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ


কাছাৰ, ২৭ অক্টোবৰ (হি.স.)। লক্ষীপুৰ সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ। সোমবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে নিযুত মইনা ২-০ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে একে দিনাই কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়।

লক্ষীপুৰৰ লাবক খেল পথাৰত আয়োজিত এক অনুষ্ঠানত স্হানীয় বিধায়ক তথা মন্ত্ৰী কৌশিক ৰায়ে সমষ্টিটোৰ প্ৰায় ১৭০০ গৰাকী ছাত্ৰীৰ মাজত নিযুত মইনা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। লক্ষীপুৰ সমষ্টিৰ অন্তৰ্গত ৯ খন শিক্ষানুষ্ঠানৰ প্ৰায় ১৭০০ গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে। আজি এনেদৰে ৰাজ্যৰ ভিন্ন সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হৈছে। এই আচনিৰ চেক লাভৰ ফলত ছাত্ৰীসকলে অতিকৈ লাভাম্বিত হব বুলি মন্তব্য কৰে উপস্থিত শিক্ষাৰ্থীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande