জামুগুৰিহাটৰ পকামূৰা পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মেগা স্বাস্থ্য মেলাৰ আয়োজন
শোণিতপুৰ, ২৬ অক্টোবৰ (হি.স.)। ন দুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মেগা স্বাস্থ্য মেলাৰ আয়োজন ৷ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত এই স্বাস্থ্য মেলা অনুষ্ঠিত ৷ আজি পুৱাৰ পৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান
ন দুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মেগা স্বাস্থ্য মেলাৰ আয়োজন ৷

শোণিতপুৰ, ২৬ অক্টোবৰ (হি.স.)। ন দুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মেগা স্বাস্থ্য মেলাৰ আয়োজন ৷

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত এই স্বাস্থ্য মেলা অনুষ্ঠিত ৷

আজি পুৱাৰ পৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগী সকল আহি এই স্বাস্থ্য মেলাত অংশগ্ৰহণ ।

প্ৰায় ৫০ গৰাকী অভিজ্ঞ চিকিৎসকে বিভিন্ন ৰোগৰ ৰোগী সকলক আগবঢ়াইছে চিকিৎসা সেৱা ।

১৮ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীৰ বৃক্ক, স্নায়ু, হাৰ্ট, চকু নাক কাণ , আদি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান লগতে পৰীক্ষা কৰি ঔষধ প্ৰদান কৰিছে চিকিৎসকে।

এই স্বাস্থ্য মেলাত সমষ্টিটোৰ প্ৰায় দহ সহস্ৰাধিক ৰোগীয়ে অংশগ্ৰহণ কৰিছে ৷

জটিল ৰোগত আক্ৰান্ত সকলক উন্নত চিকিৎসাৰবাৱে বাহিৰলৈ নিয়াৰ ব্যৱস্থাষ কৰাৰ বিষয়েও জানিব পৰা গৈছে ৷

এই স্বাস্থ্য মেলাৰ শুভ উদ্ধোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande