৮কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য
শিৱসাগৰ, ২৬ অক্টোবৰ (হি.স.)। ৮ কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য বানপানী ৰোধৰ বাবে শিমলুগুৰিৰ দিখৌ নৈৰ ২০কিঃমিঃ মঠাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৷ আজি নাজিৰা সমষ্টিৰ
৮কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য


৮কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য


৮কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য


শিৱসাগৰ, ২৬ অক্টোবৰ (হি.স.)। ৮ কোটি টকাৰ আবণ্টনৰে আজি পৰা শুভাৰম্ভ নাজিৰাৰ গেলেকী দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ খনন কাৰ্য

বানপানী ৰোধৰ বাবে শিমলুগুৰিৰ দিখৌ নৈৰ ২০কিঃমিঃ মঠাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৷

আজি নাজিৰা সমষ্টিৰ শিমলুগুৰিৰ লিকচন গাঁও আৰু গেলেকীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা৷টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইৰ প্ৰচেষ্টাত নাজিৰাৰ গেলেকী , ন-পুখুৰী, পিয়লিফুকন আৰু ৰজাভেটা গাওঁ পঞ্চায়তৰ কুৰিখনৰোধিক ৰাজহ গাৱঁৰ প্ৰধান সমস্যা বানপানী আৰু কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে তিনিখন নদী খনন কাৰ্যৰ আজি আধাৰশিলা আৰু কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

নাজিৰা সমষ্টিৰ অন্তৰ্গত গেলেকী এটা দীৰ্ঘদিনীয়া সমস্যা হ’ল বছৰ বছৰ ধৰি বানপানী৷এই বানপানীৰ ফলত গেলেকীৰ বিভিন্ন এলেকাত ছন পৰি ৰৈছে শ শ বিঘাৰ কৃষি ভূমি৷ইয়াৰ মূল কাৰণ হ’ল গেলেকীৰ দৈখনা নৈ , দেঞ্চি আৰু নামদাং নদীৰ বানপানী ।

এই নদী তিনিখন ৮কোটি টকাৰ আবণ্টনেৰে আজি খনন কাৰ্য্যৰ শুভাৰম্ভ কৰিলে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগতে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷

অন্যহাতে নাজিৰা সমষ্টিৰ শিমলুগুৰিৰ লিকচন গাঁৱৰ এটা সমস্যা হ’ল,এই বানপানী সমস্যা ৰোধৰ ৰোধৰ বাবে দিখৌ নৈৰ ২০কিঃমিঃ মঠাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande