ডিগবৈ পেঙেৰী পথত সংঘটিত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত
তিনিচুকিয়া, ২১ অক্টোবৰ (হি.স.)। ডিগবৈ পেঙেৰী অসম মালাৰ পথত পুনৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত। নিহত লোক জনৰ নাম মনিৰাম সোণোৱাল, ঘৰ ভিম পথাৰত। অসম মালাৰ কাম কৰা পানী টেংকাৰে পিছফালে বেক কৰি যাওতে মহতিয়া লৈ যায়। টেংকাৰ খনৰ নম্বৰ হৈছে এএছ ০১ ইচি ২২৪
ডিগবৈ পেঙেৰী পথত সংঘটিত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত


তিনিচুকিয়া, ২১ অক্টোবৰ (হি.স.)। ডিগবৈ পেঙেৰী অসম মালাৰ পথত পুনৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত। নিহত লোক জনৰ নাম মনিৰাম সোণোৱাল, ঘৰ ভিম পথাৰত। অসম মালাৰ কাম কৰা পানী টেংকাৰে পিছফালে বেক কৰি যাওতে মহতিয়া লৈ যায়।

টেংকাৰ খনৰ নম্বৰ হৈছে এএছ ০১ ইচি ২২৪৯ । দুৰ্ঘটনাগ্ৰস্থ মটৰ চাইকেল খন টিভিএছ এক্স এল ১০০। দূৰ্ঘটনাত পতিত মটৰ চাইকেল খনৰ আৰোহী জনৰ থিতাতে মৃত্যু হয় বুলি ডিগবৈ আৰক্ষী জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande