মানকাচাৰত ড্ৰাগছ সহ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ
মানকাচাৰ, ২১অক্টোবৰ (হি.স.)। মানকাচাৰত ড্ৰাগছ সহ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ওখৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান চলায়। অভিযান কালত নিশা মানকাচাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাকেৰ গাঁওৰ
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ওখৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।


দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ওখৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।


দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ওখৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।


মানকাচাৰ, ২১অক্টোবৰ (হি.স.)। মানকাচাৰত ড্ৰাগছ সহ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ওখৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান চলায়। অভিযান কালত নিশা মানকাচাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাকেৰ গাঁওৰ জিয়াদুল মিঞা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী এজনক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হৈছে।

মানকাচাৰ আৰক্ষী থানাৰ এছ আই পূজা হাজৰিকাৰ নেতৃত্বত ওখৰাবাৰীত গোপন সূত্ৰৰ পম খেদি নাকা চেকিং কৰি থকাৰ সময়ত মটৰ চাইকেল এখনত জিয়াদুল মিয়াৰ কেৰী বেগ পৰীক্ষা কৰাৰ সময়ত ১৪৪০ টা নিচা জাতীয় টেবলেট জব্দ কৰা হৈছে। পঞ্জীয়ন নম্বৰ এম এল ১৪ ৭৬১৭ৰ এখন কলা বগা আপাচি ১৬০ মটৰ চাইকেল জব্দ কৰা হৈছে।

সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী জন মানকাচাৰ আৰক্ষী থানাত অনা হৈছে আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande