চেন্নাই, ২০ অক্টোবৰ (হি স)। ভাৰতৰ অন্যতম প্ৰধান উৎসৱ দীপাৱলী। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দীপাৱলী। অভিনেতা ৰজনীকান্তে অনুৰাগীসকলক দীপাৱলী শুভেচ্ছা জনায়।
দীপাৱলী উপলক্ষে বিভিন্ন ৰাজনৈতিক দল আৰু চলচ্চিত্ৰ ব্যক্তিৰ নেতাই শুভেচ্ছা বিনিময় কৰি আছে। চেন্নাইৰ প’জ গাৰ্ডেনত থকা নিজৰ বাসগৃহৰ সন্মুখত সমবেত অনুৰাগীক হাত জোকাৰিলে অভিনেতা ৰজনীকান্তে। উদযাপনৰ সময়ত অনুৰাগীসকলে উৎসাহেৰে জয়ধ্বনি দিয়ে ।
हिन्दुस्थान समाचार / অৰৱিন্দ