জুবিন গাৰ্গ ৰ ন্যায় ৰ দাবীত এ জে ৱাই চি পি আৰু বোকাখাতবাসী ৰাইজৰ সহযোগ বোকাখাতত অনশন কাৰ্য্যসূচী
গোলাঘাট, ১৯ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গ ৰ ন্যায় ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বোকাখাতবাসী ৰাইজৰ সহযোগ বোকাখাতত অনশন কাৰ্য্যসূচী। এমাহ অতিক্ৰম কৰিলে কিন্ত ন্যায়ৰ দাবীত অনশন কৰাটো দুৰ্ভাগ্যজনক বুলি মন্ত্যৱ্য যুৱ ছাত্ৰ পৰিষদ বিষয় ববী
জুবিন গাৰ্গ ৰ ন্যায় ৰ দাবীত এ জে ৱাই চি পি আৰু বোকাখাতবাসী ৰাইজৰ সহযোগ বোকাখাতত অনশন কাৰ্য্যসূচী


গোলাঘাট, ১৯ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গ ৰ ন্যায় ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বোকাখাতবাসী ৰাইজৰ সহযোগ বোকাখাতত অনশন কাৰ্য্যসূচী। এমাহ অতিক্ৰম কৰিলে কিন্ত ন্যায়ৰ দাবীত অনশন কৰাটো দুৰ্ভাগ্যজনক বুলি মন্ত্যৱ্য যুৱ ছাত্ৰ পৰিষদ বিষয় ববীয়াৰ ।

এই ন্যায়প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হোৱাৰ অভিযোগ । অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা যাতে শক্তিশালী ভাৱে ন্যায়ালয়ত প্ৰদান কৰে তাৰো দাবী জনায় সংগঠন টোৱে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande