বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ উদ্যোগত নাৰায়ণপুৰত কাতি বিহু উদযাপন
বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ উদ্যোগত নাৰায়ণপুৰত কাতি বিহু উদযাপন
বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ উদ্যোগত নাৰায়ণপুৰত কাতি বিহু উদযাপন


লক্ষিমপুৰ, ১৯ অক্টোবৰ (হি.স.): ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ উদ্যোগত, নাৰায়ণপুৰ পূৱ আৰু পশ্চিম, আৰু বিহপুৰীয়া মণ্ডলৰ সহযোগত নাৰায়নপুৰৰ দেওতোলাত কালি সন্ধিয়া কাতি বিহু উদযাপন কৰা হয়।

তুলসীৰ তলত, পথাৰত আৰু আকাশ বন্তি জ্বলাই সেৱা জনাই বিধায়ক গৰাকীয়ে সকলোৱে কুশল মংগল কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande