বৰপেটা জিলাৰ গহিয়াত ৬৭ সংখ্যাক জুবিন বিহীন কালি পুজাৰ প্ৰস্তুতি
বৰপেটা, ১৯ অক্টোবৰ (হি.স.)। বৰপেটা জিলাৰ গহিয়াত ৬৭ সংখ্যাক জুবিন বিহীন কালি পুজা অৰ্থাৎ দিপাৱলী ৷ সম্পূৰ্ণ ৰভাত জুবিন গাৰ্গৰ শিশু কালৰ পৰা সকলো ফটো দি শ্ৰদ্ধাঞ্জলী জনাই উদযাপন সমটিয়ে৷ কাইলৈ পোহৰ উৎসৱ দিপাৱলী তথা কালি পুজা৷ৰাজ্যৰ ভিন্ন প্ৰান্তত এই
বৰপেটা জিলাৰ গহিয়াত ৬৭ সংখ্যাক জুবিন বিহীন কালি পুজাৰ প্ৰস্তুতি


বৰপেটা, ১৯ অক্টোবৰ (হি.স.)। বৰপেটা জিলাৰ গহিয়াত ৬৭ সংখ্যাক জুবিন বিহীন কালি পুজা অৰ্থাৎ দিপাৱলী ৷ সম্পূৰ্ণ ৰভাত জুবিন গাৰ্গৰ শিশু কালৰ পৰা সকলো ফটো দি শ্ৰদ্ধাঞ্জলী জনাই উদযাপন সমটিয়ে৷

কাইলৈ পোহৰ উৎসৱ দিপাৱলী তথা কালি পুজা৷ৰাজ্যৰ ভিন্ন প্ৰান্তত এইবাৰ জুবিন বিহিন দিপাৱলী পালন কৰা হৱ৷ বৰপেটা জিলাৰ গহিয়াত ব্যতিক্ৰম ভাৱে দিপাৱলী উৎসৱ উৎযাপন কৰিবলৈ লোৱা হৈছে৷ কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৱ পোহৰৰ উৎসৱ দিপাৱলী অৰ্থাৎ কালিপুজা৷

গহিয়া গাওঁ উন্নয়ন সমিটিৰ উদ্যোগত অনুষ্ঠান কৰা কালি পুজাই এইবাৰ চাৰিওপিনে হৈ পৰিছে জুবিন ময় পৰিৱেশ৷ জুবিন গাৰ্গৰ শিশু কালৰ পৰা জীৱিত অবস্থাৰ সকলো ফটো লগাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাব।

এনেদৰে জুবিন বিহনী ভাৱে প্ৰথম বাৰৰ বাবে সমগ্ৰ অসমতে দিপাৱলী তথা কালিপূজা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande