নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক
নগাঁৱ, ১৭ অক্টোবৰ (হি.স.)। নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ''ল ইনজামুল হক l নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল ভুৱা অপপ্ৰচাৰ l ইতিমধ্যে নগাঁও আৰক্ষীয়ে ২৫৭/২৫ গোচৰ ৰুজু কৰি নিজৰ জিন্মাত ল
নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক l


নগাঁৱ, ১৭ অক্টোবৰ (হি.স.)। নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক l নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল ভুৱা অপপ্ৰচাৰ l ইতিমধ্যে নগাঁও আৰক্ষীয়ে ২৫৭/২৫ গোচৰ ৰুজু কৰি নিজৰ জিন্মাত লৈছে অভিযুক্ত ইনজামুলক l

ইনজামুল হকৰ বিৰুদ্ধে ৩৫২/৩৫১(১)(খন) ভাৰতীয় ন্যায় সংহিতাৰ ৬৬ডি ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে l

এনে ধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান নগাঁও জিলাৰ আৰক্ষী অধীক্ষৰ lসামাজিক মাধ্য়মত এনে ধৰণৰ স্পৰ্ষকাতৰ বাতৰি সমাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি আৰক্ষী বিষয়া গৰাকী আশংকা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande