অসমীয়াৰ প্ৰাণৰ শিল্পী গণকন্ঠ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত নলবাৰীত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ
নলবাৰী, ১৪ অক্টোবৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী গণকন্ঠ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত নলবাৰীত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দুই ঘণ্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই। সদৌ
অসমীয়াৰ প্ৰাণৰ শিল্পী গণকন্ঠ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত নলবাৰীত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ


নলবাৰী, ১৪ অক্টোবৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী গণকন্ঠ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত নলবাৰীত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দুই ঘণ্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডেৰ শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে এই অৱস্থান বিক্ষোভত।

অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীয়ে ন্যায় নোপোৱালৈকে ক্ষান্ত নহয় আছু। জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হবই লাগিব বুলি কোৱাৰ লগতে ন্যায় দিবই লাগিব বুলি মন্তব্য জিলা ছাত্ৰ সন্থাৰ নেতৃত্বৰ। সমগ্ৰ অসমতে এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ন্যা ন্যায় প্ৰদানৰ দাবীত

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande