অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য‌ৰ লগতে গোৱালপাৰাত আছুৰ প্ৰতিবাদ
গোৱালপাৰা, ১৪ অক্টোবৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য‌ৰ লগতে গোৱালপাৰাত আছুৰ প্ৰতিবাদ । গোৱালপাৰা আছুৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থা‌ই প্ৰাণৰ শিল্পী জুবিন গা
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য‌ৰ লগতে গোৱালপাৰাত আছুৰ প্ৰতিবাদ


গোৱালপাৰা, ১৪ অক্টোবৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য‌ৰ লগতে গোৱালপাৰাত আছুৰ প্ৰতিবাদ । গোৱালপাৰা আছুৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থা‌ই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । এই বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে জুবিন গাৰ্গৰ হত্যাৰ উচিত বিচাৰৰ দাবী কৰে ।

আনহাতে জোৰদাৰ গতিত অব্যাহত আছে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত। ইয়াৰ মাজতে আজি ৰাজ্যৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তিক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছে এচআইটি । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কত অৱগত কৰাৰ সম্ভাৱনা বৈঠকত। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন ব্যক্তিক আমন্ত্ৰণ ব্যক্তিগতভাৱে ফোন কৰি আমন্ত্ৰণ জনাইছিল ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande