টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক
যোৰহাট, ১৩ অক্টোবৰ (হি.স.)। টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক। কাকজানৰ বাম কুকুৰাচৰা তিনিকুৰীয়া- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৱে যমৰ যাতনা ভোগাইছে অঞ্চলবাসীক । বিশেষকৈ প্ৰসুতি, ৰুগীয়া‌ লোক সকলক চিকিৎসা লয় লৈ নিব
টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক ।


টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক ।


টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক ।


যোৰহাট, ১৩ অক্টোবৰ (হি.স.)। টীয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াতু ভোগাইছে অঞ্চল বাসীক।

কাকজানৰ বাম কুকুৰাচৰা তিনিকুৰীয়া- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৱে যমৰ যাতনা ভোগাইছে অঞ্চলবাসীক । বিশেষকৈ প্ৰসুতি, ৰুগীয়া‌ লোক সকলক চিকিৎসা লয় লৈ নিবলগীয়া হ'লে ব্যাপক সমস্যাই দেখা দিছে ।

২০০৫ চনতে পকীকৰণ হোৱা পথটো আজি পৰ্যন্ত মেৰামতি নোহোৱাত দ' দ গাঁত সৃষ্টি হৈ বিধ্বস্ত ৰূপ ধাৰণ কৰাত ৰাইজৰ ব্যাপক সমস্যাই দেখা দিছে।

জনপ্ৰতিনিধি আৰু বিভাগীয় কতৃপক্ষক কেইবাবাৰো আহ্বান জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজৰ ক্ষুভিত হৈ পৰা দেখা গৈছে। সেয়েহে পথটো অতি সোনকালেই মেৰামতি কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande