গ্ৰাম্য অৰ্থনীতিৰ লগতে অৱসৰ -বিনোদনৰ আহিলা হিচাপে পৰিগণিত হোৱা কন্যকা গ্ৰাম্য ৰিজৰ্টে এক উল্লেখনীয় অৰিহণা যোগায় আহিছে
শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। গ্ৰাম্য অৰ্থনীতিৰ লগতে অৱসৰ -বিনোদনৰ আহিলা হিচাপে পৰিগণিত হোৱা কনকা গ্ৰাম্য ৰিজৰ্টে এক উল্লেখনীয় অৰিহণা যোগায় আহিছে। কিয়নো প্ৰায় ১৫০ কৈয়ো অধিক গৰাকী নিবনুৱা যুৱক - যুৱতীয়ে এই ৰিজৰ্টখনত বিভিন্ন কামত নিয়োজিত হৈ ন
গ্ৰাম্য অৰ্থনীতিৰ লগতে অৱসৰ -বিনোদনৰ আহিলা হিচাপে পৰিগণিত হোৱা কনকা গ্ৰাম্য ৰিজৰ্টে এক উল্লেখনীয় অৰিহণা যোগায় আহিছে।

শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। গ্ৰাম্য অৰ্থনীতিৰ লগতে অৱসৰ -বিনোদনৰ আহিলা হিচাপে পৰিগণিত হোৱা কনকা গ্ৰাম্য ৰিজৰ্টে এক উল্লেখনীয় অৰিহণা যোগায় আহিছে। কিয়নো প্ৰায় ১৫০ কৈয়ো অধিক গৰাকী নিবনুৱা যুৱক - যুৱতীয়ে এই ৰিজৰ্টখনত বিভিন্ন কামত নিয়োজিত হৈ নিজৰ লগতে নিজৰ পৰিয়ালটোক ভৰন-পোষন দি আহিছে।

২০১৮ চনত স্থাপিত হোৱা আৰু প্ৰায় ৪৫ বিঘা ভুমিত ভিন্নধৰ্মী আকাৰে সজোৱা পাচনৈ নদীৰ পাৰত অৱস্থিত এই গ্ৰাম্য ৰিজৰ্ট খনে দেশী-বিদেশী পৰ্য্যটক সকলক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰা দেখা গৈছে। শেহতীয়াকৈ ৰাইজৰ উপযোগী হোৱাকৈ এটা বেংকুইট হ'লো শুভ উদ্বোধনী কৰে।ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তবৰ্তী আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা উত্তৰে হুগ্ৰাজুলী পাচনৈ নদীৰ পাৰত অৱস্থিত এই গ্ৰাম্য ৰিজৰ্টখনে গ্ৰাম্য সমাজৰ কিছু নিভাজ প্ৰতিচ্ছবিও কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande