দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ পালে দুখনকৈ গ্ৰন্থ
দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ পালে দুখনকৈ গ্ৰন্থ।
দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ পালে দুখনকৈ গ্ৰন্থ


গোলাঘাট, ১২ অক্টোবৰ (হি.স.): দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ পালে দুখনকৈ গ্ৰন্থ। ১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈকে অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ।

উল্লেখ্য যে আশ্ৰয় উদ্যোগত আৰু হিয়াৰ আমঠু জুবিন গাৰ্গ মঞ্চস্থ গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ কৰা হয় বিশিষ্ট সমাজকৰ্মী প্ৰদীপ খাদৰীয়া আৰু অনুপম মহন্তৰ দুখন ব্যতিক্ৰমী গ্ৰন্থ। গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱতে প্ৰদীপ খাদৰীয়াৰ অনুভৱী শব্দৰ সন্ধানত নামৰ গ্ৰন্থখন উন্মোচন কৰাৰ লগতে কবি অনুপম মহন্তৰ নৱতম গ্ৰন্থ পৰিচয় উন্মোচন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande