ছট্টিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই তেজপুৰৰ শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি পূঁজা অৰ্চনা আগবঢ়ায়
শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। ছট্টিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি মহাদেৱৰ শ্ৰীচৰণত পূঁজা অৰ্চনা আগবঢ়ায়। উল্লেখ্য যে এক ব্যক্তিগত ভ্ৰমনসূচীলৈ আজি সাংস্কৃতিক নগৰী তেজপুৰলৈ অহা ৰাজ্যপাল গৰাকীয়ে
ছট্টিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি মহাদেৱৰ শ্ৰীচৰণত পূঁজা অৰ্চনা আগবঢ়ায়।

শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। ছট্টিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি মহাদেৱৰ শ্ৰীচৰণত পূঁজা অৰ্চনা আগবঢ়ায়। উল্লেখ্য যে এক ব্যক্তিগত ভ্ৰমনসূচীলৈ আজি সাংস্কৃতিক নগৰী তেজপুৰলৈ অহা ৰাজ্যপাল গৰাকীয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰ দৰ্শন কৰাৰ সময়ত তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলী, বিজেপিৰ জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা, শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য ভূঞাই সংগ দিয়ে।

ৰাজ্যপাল গৰাকীয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীমহাভৈৰৱ মন্দিৰত শ্ৰী শ্ৰীমহাদেৱৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰি নিজৰ লগতে দেশৰ মঙ্গল কামনা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande