সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিবাহক সভা সম্পন্ন
দৰং, ১২ অক্টোবৰ (হি.স.)। সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিবাহক সভা সম্পন্ন। আজি মঙলদৈ ইউথ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সভাখনত । সাহিত্য, সাংস্কৃতিক আৰু সমাজ সেৱাৰ কাৰণে বিভিন্ন অৱদান আগবঢ়াই অহা সাংস্কৃতিক মহাসভা অ
সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিবাহক সভা সম্পন্ন


দৰং, ১২ অক্টোবৰ (হি.স.)। সাংস্কৃতিক মহাসভা অসমৰ পঞ্চম কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিবাহক সভা সম্পন্ন। আজি মঙলদৈ ইউথ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সভাখনত । সাহিত্য, সাংস্কৃতিক আৰু সমাজ সেৱাৰ কাৰণে বিভিন্ন অৱদান আগবঢ়াই অহা সাংস্কৃতিক মহাসভা অসমৰ পঞ্চমখন কেন্দ্ৰীয় পূৰ্ণাংগ কাৰ্যনিবাহক সভাখন আজি মঙলদৈৰ ইউথ ক্লাৱত দৰং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ।

জাতীয় সংস্কৃতি সমূহ সঠিক ৰূপত নতুন প্ৰজন্মৰ হাতত তুলি ধৰিব পৰা টোৱে সাংস্কৃতিক মহাসভা অসমৰ মূল উদ্দেশ্য বুলি মন্তব্য আগবঢ়াই বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই । অনুষ্ঠানৰ মাজতে উঠি অহা প্ৰজন্মৰ সম্ভাৱ্য গায়িকা ফাৰিহা আহমেদে জুবিন গাৰ্গ আৰু জংকি বৰঠাকুৰৰ আওসীৰ জোন মোৰ গীতেটি পৰিৱেশনেৰে উপস্থিত দৰ্শকক আপ্লুত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande