বৰাকৰ তিনিওখন জিলা কাছাৰ, শ্ৰী ভুমি আৰু হাইলাকান্দিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰা হ'ব
কাছাৰ, ১১ অক্টোবৰ (হি.স.)। অসম সাহিত্য সভাৰ শিলচৰত অনুষ্ঠিত তৃতীয় কাৰ্যনিৰ্বাহকৰ পুৰ্ণাংগ অধিবেশনত লোৱা সিদ্ধান্ত অনুসৰি বৰাকৰ তিনিওখন জিলা কাছাৰ, শ্ৰী ভুমি আৰু হাইলাকান্দিত চন্দ‌্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰা হ''ব। মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰস্তাৱৰ
বৰাকৰ তিনিওখন জিলা কাছাৰ, শ্ৰী ভুমি আৰু হাইলাকান্দিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰা হ'ব


কাছাৰ, ১১ অক্টোবৰ (হি.স.)। অসম সাহিত্য সভাৰ শিলচৰত অনুষ্ঠিত তৃতীয় কাৰ্যনিৰ্বাহকৰ পুৰ্ণাংগ অধিবেশনত লোৱা সিদ্ধান্ত অনুসৰি বৰাকৰ তিনিওখন জিলা কাছাৰ, শ্ৰী ভুমি আৰু হাইলাকান্দিত চন্দ‌্ৰকান্ত সন্দিকৈ ভৱন স্থাপন কৰা হ'ব। মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই সাহিত্য সভাপতি ড' বসন্ত কুমাৰ গোস্বামীৰ ঘোষণা।

সিদ্ধান্তৰ প্ৰতিলিপি মন্ত্ৰী কৌশিক ৰায়ক অৰ্পন ড'গোস্বামীৰ। সাহিত‌্য সভাৰ উদ্যোগত বৰাকত ভুপেন হাজৰিকাৰ মৃত্যু দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰিবলৈ কৌশিক ৰায়ৰ প্ৰস্তাৱ। কৌশিক ৰায়কৰ উদ্যোগত শিলচৰত ভুপেন হাজৰিকাৰ এটা মুৰ্তি স্থাপন কৰিব বুলি ঘোষনা কৌশিক ৰায়ৰ।সুধাকন্ঠ ড০ ভুপেন হাজৰিকা বৰাক উপত্যকাত সমানে জনপ্ৰিয় আছিল। সুধাকন্ঠ ড০ ভুপেন হাজৰিকা কেইবাটাও বাংলা গানত কন্ঠদান কৰিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande