কোকৰাঝাৰত আদি কৰ্মযোগী অভিযানৰ ব্লক স্তৰৰ প্ৰশিক্ষণ আৰম্ভ
কোকৰাঝাৰ, ১১ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাত আদি কৰ্মযোগী অভিযানৰ অন্তৰ্গত ব্লক স্তৰৰ অভিমুখীকৰণ আৰু ব্লক প্ৰক্ৰিয়া লেব ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। কোকৰাঝাৰ, কচুগাঁও, ডেবিতলা-বিটিছি, ৰূপচি-বিটিছি, গোসাইগাঁও আৰু দোটমা উন্নয়ন খণ্ডসহ মুঠ ছয়টা উন্নয়
কোকৰাঝাৰত আদি কৰ্মযোগী অভিযানৰ ব্লকস্তৰৰ প্ৰশিক্ষণ আৰম্ভ


কোকৰাঝাৰত আদি কৰ্মযোগী অভিযানৰ ব্লকস্তৰৰ প্ৰশিক্ষণ আৰম্ভ


কোকৰাঝাৰ, ১১ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাত আদি কৰ্মযোগী অভিযানৰ অন্তৰ্গত ব্লক স্তৰৰ অভিমুখীকৰণ আৰু ব্লক প্ৰক্ৰিয়া লেব ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। কোকৰাঝাৰ, কচুগাঁও, ডেবিতলা-বিটিছি, ৰূপচি-বিটিছি, গোসাইগাঁও আৰু দোটমা উন্নয়ন খণ্ডসহ মুঠ ছয়টা উন্নয়ন খণ্ডত ব্লক প্ৰক্ৰিয়া লেব অনুষ্ঠিত হৈছে।

জিলা প্ৰক্ৰিয়া লেবত প্ৰশিক্ষিত ব্লক মাস্টাৰ ট্ৰেইনাৰ সকলে এতিয়া গাঁৱৰ মাস্টাৰ ট্ৰেইনাৰ, চিএছঅ’ আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰ সকলৰ বাবে প্ৰশিক্ষনৰ পৰিচালনা কৰিছে। এই কাৰ্যসূচীখনে আদি কৰ্মযোগী অভিযানক গাঁৱত আৰু দূৰ্গম অঞ্চলসমুহত লৈ যোৱাৰ এটা গুৰুত্বপূর্ণ পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande