নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
নগাঁৱ, ০১ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলীত পথ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন লোক । কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুংপুঙত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো । নিশা পূজা চাই গৈ থকা সময়তে লোকজনক খুন্দা মাৰে অচিনাক্ত বাহনে । নিহত লোকজনৰ ন
নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন


নগাঁৱ, ০১ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলীত পথ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন লোক । কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুংপুঙত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো । নিশা পূজা চাই গৈ থকা সময়তে লোকজনক খুন্দা মাৰে অচিনাক্ত বাহনে ।

নিহত লোকজনৰ নাম অভি মুণ্ডা ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande