
নগাঁও, ১২ ছেপ্টেম্বৰ (হি.স.)। নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ঘোষণাৰ পিচতে নগাঁও লোকসভা সমষ্টিত আজি প্ৰথমবাৰৰ বাবে উপস্থিত দেৱাশীষ শৰ্মা।
সমষ্টিটোত উপস্থিত হোৱাৰ পিচতে বিজেপি কৰ্মী সকলে বিপুল আদৰণি জনায় শৰ্মাক। ইয়াৰ পিচতে দেওশাল মন্দিৰত উপস্থিত হয় বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা। মন্দিৰত সেৱা লৈ সমষ্টিবাসীক সহযোগিতা কামনা কৰে দেৱাশিস শৰ্মাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু