Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
20 Jul 2025
গুৱাহাটী, ২০ জুলাই (হি.স.)। অসম চৰকাৰৰ ʼʼঅসম দৰ্শনʼʼ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা চছল আই থানৰ জিৰণি চ''ৰা আজি এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ ৫৯ নং মহলাৰ পাৰিষদ অসীম শইকীয়াৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ..
গোলাঘাট, ২০ জুলাই (হি.স.)। দেৰগাঁৱত দেওবাৰে উপস্থিত হয়হি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ । দেৰগাঁও সাহিত্য সভা ভৱনত আয়োজিত কৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত কেইবাটাও ৰাজনৈতিক দলৰ কেইবাশতাধিক নেতা-কর্মীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । শ্বেৰমান ..
গোলাঘাট ২০ জুলাই (হি.স.)। উচ্ছেদৰ পূৰ্বে সন্দেহজনক লোকৰ পলায়ন উৰিয়ামঘাট সীমান্তৰ পৰা। কেইবাখনো গাড়ীৰে সা–সামগ্ৰী সহ সন্দেহজনক লোক সকলে দলে দলে পলায়ন কৰিছে । ৰাজ্য খনৰ অন্য স্থানটো থিতাপি যাতে লব নোৱাৰে উক্ত লোক সকলে তাৰ প্ৰতি লক্ষ্য ৰাখক মুখ্যমন্ত্ৰ..
ঘোলাঘাট, ২০ জুলাই (হি.স.)। উৰিয়ামঘাটৰ উচ্ছেদ খবৰ বিয়পাৰ লগে লগে উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পঠে দি টালি-টোপোলা বান্ধি বিভিন্ন বাহনত, মাল নিয়া গাড়ীত উঠি নিজ নিজ গন্তৱ্য স্থানলৈ ৰাওনা হৈছে একাংশ সন্দেহজনক লোক । নগাঁও, ধিং, লাহৰিঘাট, ৰূপহী, ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha