জুবিন গাৰ্গৰ মায়াবিনিৰ সুৰেৰে মুখৰিত হ'ল অসম অৰুণাচলৰ সীমান্ত সম্বন্বয় সমাৰোহ
অৰুণাচল, ০১ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ মায়াবিনিৰ সুৰেৰে মুখৰিত হ''ল অসম অৰুণাচলৰ সীমান্ত সম্বন্বয় সমাৰোহ । অসম অৰুনাচলৰ সীমা সমস্যা ৮০ শতাংশ সমাধান হোৱাৰ দাবী অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষৰ। চিলাপথাৰৰ দংঞি পঃল কমপ্লেক্সত অসম অৰুণাচল প্ৰ
জুবিন গাৰ্গৰ মায়াবিনিৰ সুৰেৰে মুখৰিত হ'ল অসম অৰুণাচলৰ সীমান্ত সম্বন্বয় সমাৰোহ


অৰুণাচল, ০১ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ মায়াবিনিৰ সুৰেৰে মুখৰিত হ'ল অসম অৰুণাচলৰ সীমান্ত সম্বন্বয় সমাৰোহ । অসম অৰুনাচলৰ সীমা সমস্যা ৮০ শতাংশ সমাধান হোৱাৰ দাবী অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষৰ। চিলাপথাৰৰ দংঞি পঃল কমপ্লেক্সত অসম অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিৰ উপস্থিতিত সীমান্ত সমন্বয় সমাৰোহ ।

অসম চৰকাৰৰ কৃষি আৰু সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত শিক্ষামন্ত্ৰী ডা• ৰনোজ পেগু অৰুণাচল প্ৰদেশৰ উপাধ্যক্ষ কাৰ্ডু নিগ্যৰ, বিধায়ক টজিৰ কাডু প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

লক্ষনীয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দিৰ্ঘদিনিয়া সীমা সমস্য়া আছে। ইতিমধ্য়ে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্য়া নিৰ্মুলৰ বাবে ৰাজ্য় দুখনৰ শীৰ্ষ প্ৰশাসনিক বিষয়া উপস্থিতিত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande