গোলাঘাটত একে নিশাই তিনিটা স্থানত চুৰিকাণ্ড
গোলাঘাট, ২০ মে’ (হি স)। চোৰৰ উপদ্ৰপত নিদ্ৰা হৰণ হৈছে এতিয়া গোলাঘাটবাসী ৰাইজৰ। বিদ্যালয়স বাসগৃহ আৰু
চোৰ


গোলাঘাট, ২০ মে’ (হি স)। চোৰৰ উপদ্ৰপত নিদ্ৰা হৰণ হৈছে এতিয়া গোলাঘাটবাসী ৰাইজৰ। বিদ্যালয়স বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰিকাণ্ড সংঘটিত হৈছে। গোলাঘাটৰ গাড়ীগাও অঞ্চলত সংঘটিত হৈছে এই চুৰি কাৰ্য ঘটনা।

একে নিশাই তিনিটা স্থানত চোৰ প্ৰৱেশ কৰি এটা বাসগৃহৰ পৰা এখন বাইক এখন স্কুটি চুৰ কৰে। তাৰ পিছত গাড়ীগাও উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰবেশ কৰি লণ্ড ভণ্ড কৰি সা সামগ্ৰী লৈ যোৱাৰ /লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানত প্ৰৱেশ কৰে চোৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande