প্ৰধানমন্ত্ৰীৰ স্বামী স্মৰণন্দ মহাৰাজৰ আশু আৰোগ্য কামনা
নতুন দিল্লী, ০৪ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন
মোডী


নতুন দিল্লী, ০৪ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ শ্ৰীমত স্বামী স্মৰণানন্দ মহাৰাজৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে লিখিছে, ‘ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ শ্ৰীমত স্বামী স্মৰণানন্দ মহাৰাজৰ সুস্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। তেওঁৰ শিক্ষা আৰু আধ্যাত্মিক পথনিৰ্দেশনা বহুতৰে বাবে পোহৰৰ ৰশ্মি আৰু আমাৰ সমাজৰ আধ্যাত্মিক বিকাশ আৰু মংগলৰ বাবে তেওঁৰ অৱদানক তুচ্ছজ্ঞান কৰিব নোৱাৰি।”

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande