নগাঁৱৰ চামগুৰি আৰক্ষীৰ জালত জুৱা খেলৰ লগত জড়িত ৯ জনকৈ জুৱাৰী
নগাঁও, ০২ মাৰ্চ (হি.স.): সুদ খোৰৰ পাচত নগাঁও আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ জুৱাৰীৰ দল। নগাঁৱৰ চামগুৰি আৰ
আটক


নগাঁও, ০২ মাৰ্চ (হি.স.): সুদ খোৰৰ পাচত নগাঁও আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ জুৱাৰীৰ দল। নগাঁৱৰ চামগুৰি আৰক্ষীয়ে যোৱা কালি নিশা জুৱা খেলৰ লগত জড়িত ৯ জনকৈ জুৱাৰীক আটক কৰে।

নগাঁৱৰ ৰঙাগড়াৰ পৰা আটক কৰে জুৱাৰী কেইজনক। জুৱা খেলৰ লগত জড়িত লোক কেইজন হ''ল ইছমাইল হুচেইন, নাচিৰ হুচেইন, আলি আহমেদ, আব্দুল মান্নান, ৰাকিবোল হুচেইন, ৰচিদুল হক, ম: কৰিম, আফাজুল ৰহমান আৰু নাৰায়ণ দাস।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande