মঙলবাৰে গুৱাহাটী ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি
নতুন দিল্লী, ১২ ফেব্ৰুৱাৰী (হি.স.)। মঙলবাৰে অসমৰ গুৱাহাটী ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। স
ধনখৰ


নতুন দিল্লী, ১২ ফেব্ৰুৱাৰী (হি.স.)। মঙলবাৰে অসমৰ গুৱাহাটী ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে।

সোমবাৰে উপ-ৰাষ্ট্ৰপতি সচিবালয়ে প্ৰকাশ কৰা অনুসৰি, ১৩ ফেব্ৰুৱাৰীত অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদানৰ সময়ত ধনখৰে এদিনীয়া ভ্ৰমণৰ সময়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande