১৯ বছৰ অনুৰ্ধ বিশ্বকাপঃ অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বেটিং কৰাৰ নিৰ্ণয়
নতুন দিল্লী, ১১ ফেব্ৰুৱাৰী (হি.স.)। আই চি চিৰ ১৯ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৪ৰ অন্তিমখন খেল দে
১৯ বছৰ অনুৰ্ধ বিশ্বকাপ


নতুন দিল্লী, ১১ ফেব্ৰুৱাৰী (হি.স.)। আই চি চিৰ ১৯ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৪ৰ অন্তিমখন খেল দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে। ফাইনেলত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বলিং কৰিছে ভাৰতীয় দল।

দুয়োটা দলৰ খেলুৱৈসকল-

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দল : উদয় চাহাৰন (অধিনায়ক), আদৰ্শ সিং, অৰ্শিন কুলকাৰ্ণী, মুছিৰ খান, প্ৰিয়ংশু মলিয়া, শচীন ধাস, আৰাভেলী অভনীশ (উইকেটকীপাৰ), মুৰুগন অভিষেক, ৰাজ লিম্বানী, নমন তিৱাৰী, সৌম্য পাণ্ডে।

অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দল : হিউ উইবগেন (অধিনায়ক), হেৰী ডিক্সন, ছেম কনষ্টাছ, হৰজাছ সিং, ৰিয়ান হিক্স (উইকেটকীপাৰ), অলিভাৰ পিক, ৰাফে মেকমিলান, চাৰ্লি এণ্ডাৰছন, টম ষ্ট্ৰেকাৰ, মাহালী বিয়াৰ্ডমেন, কেলাম ভিডলাৰ।

হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ


 rajesh pande