নলবাৰীত বাসন্তী পূজাত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
নলবাৰী ৩১ মাৰ্চ ( হি স)। নলবাৰীৰ মহাৰজত জয়ন্তীত ভৰি দিয়া বগুৰীহাটী বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাত
আজি নলবাৰীত উপস্থিত হল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। 

নলবাৰী ৩১ মাৰ্চ ( হি স)। নলবাৰীৰ মহাৰজত জয়ন্তীত ভৰি দিয়া বগুৰীহাটী বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাত সেৱা গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বাসন্তী পূজাত সেৱা কৰিয়েই ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।

আজি নলবাৰীৰ বগুৰীহাটী বাৰোৱাৰী বাসন্তী পূজাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই বগুৰীহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান ঘোষণা কৰে। ইফালে অৰুণোদয় আচনি সম্পৰ্কে কয় যে, পুনৰ আঠলাখ লোকক দিয়া হব অৰুণোদয় আঁচনি । ৰেচন কাৰ্ড নথকা পৰিয়ালক পুনৰ দিয়া হ’ব ৰেচন কাৰ্ড ।

আজি বাসন্তী পূজাৰ বিজয়া দশমী বিহিত পূজা। আৰু এই দশমীৰ দিনটোতে নলবাৰীৰ বগুৰীহাটী বাসন্তী পূজাত সেৱা লৈ এইদৰে ৰাইজৰ ভিৰৰ মাজত সোমাই পৰে মুখ্যমন্ত্ৰী । ইয়াৰ পিছতেই ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।বগুৰীহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান ঘোষণা কৰাৰ লগতে বাসন্তী পূজা খলাৰ কাষতে থকা শিব মন্দিৰৰ বাবেও দহ লাখ টকাৰ অনুদান ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে অৰুণোদয় আঁচনি সম্পৰ্কত মন্তব্য কৰি পুনৰ আঠলাখ লোকক অৰুণোদয় আঁচনি দিয়া হ’ব বুলি ঘোষণা কৰে।

একেদৰে ৰেচন কাৰ্ড নথকা লোককো নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব বুলি ঘোষণা কৰে আৰু ৰেচন কাৰ্ড দেখালেই হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকা লৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বুলিও ঘোষণা কৰে। ইপিনে আত্ম সহায়ক গোটৰ প্ৰতি গৰাকী সদস্যক প্ৰত্যক্ষ ভাবে চৰকাৰী আৰ্থিক অনুদান দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। পূজাভাগক কেন্দ্ৰ কৰি সকলো একত্ৰিত হৈ থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ

 rajesh pande