বাইহাটা চাৰিআলিৰ থানৰ অন্তৰ্গত বেজেৰাত দিন ডকাইতি
কামৰূপ, ০৫ ডিছেম্বৰ ( হি স)। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানৰ অন্তৰ্গত বেজেৰাত দিন ডকাইতিৰ ঘটনা সং
ডকাইতি


কামৰূপ, ০৫ ডিছেম্বৰ ( হি স)। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানৰ অন্তৰ্গত বেজেৰাত দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এটি পৰিয়ালত ঘৰত কোনো নথকাৰ সুযোগত ডকাইতি কাণ্ড সংঘটিত হৈছে।

প্ৰয়াত সমাজকৰ্মী ৰমনী মোহন ডেকাৰ ঘৰত এই ডকাইতিৰ ঘটনা ঘটে । ডকাইতে লুটি নিলে নগদ ধনসহ সোণৰ আ–অলংকাৰ। এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande