নতুন দিল্লী, ০২ জুলাই (হি.স.)। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে।
ৰাষ্ট্ৰপতিৰ সচিবালয়ে লেফটেনেণ্ট গভৰ্ণৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত এই তথ্য প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ/ সুশীল/ বিস্মিতা/মনোজ