দেশত এই পৰ্যন্ত ১৯৬.৬২ কোটি ড'জ এন্টি ক'ৰোনা ভাইৰাছ ভেকচিন প্ৰদান
নতুন দিল্লী, ২৩ জুন (হি.স.)। দেশজোৰা প্ৰতিষেধক অভিযানৰ অধীনত বৃহস্পতিবাৰে পুৱা ৮ বজালৈ ১৯৬ কোটি ৬২ ল
Covid2


নতুন দিল্লী, ২৩ জুন (হি.স.)। দেশজোৰা প্ৰতিষেধক অভিযানৰ অধীনত বৃহস্পতিবাৰে পুৱা ৮ বজালৈ ১৯৬ কোটি ৬২ লাখৰো অধিক ড’জ ক’ৰোনা প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ১৩ লাখৰো অধিক ভেকচিন প্ৰদান কৰা হৈছিল।

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত মুঠ ১৯৩.৫৩ কোটি ড’জ ক’ৰোনা বিৰোধী ভেকচিন বিনামূলীয়াকৈ প্রদান কৰা হৈছে ৷ ইয়াৰে ১২.৩৯ কোটি ভেকচিনৰ মাত্ৰা এতিয়াও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে উপলব্ধ আছে।

হিন্দুস্থান সমাচাৰ/বিজয়ালক্ষ্মী/ অৰৱিন্দ/মনোজ


 rajesh pande