নগাওঁৰ ৰাঙলুত ড্ৰাগছ সহ ড্ৰাগছসৰবৰাহকাৰী মহিলা আটক
নগাওঁ, ২৩ জুন(হি.স.)। নগাওঁৰ ৰাঙলুত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছ সহ এগ
নগাওঁৰ ৰাঙলুত ড্ৰাগছ সহ ড্ৰাগছসৰবৰাহকাৰী মহিলা আটক


নগাওঁ, ২৩ জুন(হি.স.)। নগাওঁৰ ৰাঙলুত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছ সহ এগৰাকী ড্ৰাগছসৰবৰাহকাৰী মহিলাক আটক কৰে।

জানিব পৰা অনুসৰি নগাওঁ হয়বৰগাঁও আৰক্ষীৰ নতৃত্বত গাঁওৰক্ষী বাহিনীৰ সহযোগত চলা এক অভিযানত ড্ৰাগছ সহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক আটক কৰে। মহিলাগৰাকীৰ পৰা ড্ৰাগছভৰ্তি ৫ টা চাবোন কেচ জব্দ কৰে হৈছে। আৰক্ষীয়ে মহিলাগৰাকীক অধিক তথ্যৰ বাবে সোধপোচ চলায় আছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande