তিতাবৰ বৰহোলা আৰক্ষীৰ জালত পৰিল তেল চুৰিৰ মাষ্টাৰ মাইণ্ড
যোৰহাট, ২২ জুন (হি স)। যোৰহাট জিলাৰ তিতাবৰ বৰহোলা আৰক্ষীৰ জালত পৰিছে তেল চুৰিৰ মাষ্টাৰ মাইণ্ড জীতে
আটক


যোৰহাট, ২২ জুন (হি স)। যোৰহাট জিলাৰ তিতাবৰ বৰহোলা আৰক্ষীৰ জালত পৰিছে তেল চুৰিৰ মাষ্টাৰ মাইণ্ড জীতেন গগৈ। গোপন খবৰৰ ভিত্তিত তিতাবৰৰ এছডিপিও আৰু বৰহোলা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তেল চুৰিত অভিযুক্ত জীতেন গগৈক।

জীতেন গগৈৰ ঘৰ তিনিচুকীয়াৰ মাকুমত বুলি জানিব পৰা গৈছে। বৰহোলা আৰক্ষী থানাৰ ৬৫/২০২১ নম্বৰ গোচৰত জীতেন গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande