দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালৰ পদত্যাগ
নতুন দিল্লী, ১৮ মে’ (হি.স.)। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ
দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালৰ পদত্যাগ


নতুন দিল্লী, ১৮ মে’ (হি.স.)। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ পাঁচ বছৰতকৈও অধিক সময় ধৰি এই পদত আছে।

সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা তেওঁৰ পদত্যাগ পত্ৰত বৈজালে ব্যক্তিগত কাৰণ উল্লেখ কৰিছে।

উল্লেখ্য যে, নাজিব জঙৰ পদত্যাগৰ পিছত অনিল বৈজালে ২০১৬ চনৰ ৩১ ডিচেম্বৰত দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ৰ দায়িত্ব গ্ৰহণ কৰিছিল। অনিল বৈজাল এজন ১৯৬৯ বেচৰ আইএএছ বিষয়া।

হিন্দুস্থান সমাচাৰ/অশ্বনী/মনোজ


 rajesh pande