বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ ৰাইজলৈ জাননী
চিৰাং, ০৯ ডিচেম্বৰ (হি.স.): অসম শক্তি বিতৰণৰ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডলে বিভাগীয় কামৰ ব
বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডলৰ দ্বাৰা ৰাইজক জনোনি।

চিৰাং, ০৯ ডিচেম্বৰ (হি.স.): অসম শক্তি বিতৰণৰ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডলে বিভাগীয় কামৰ বাবে বিদ্যুৎ যোগান বন্ধ কৰাৰ জাননী দিছে। সেই অনুসৰি অহা ১০ আৰু ১১ ডিচেম্বৰ, ২০২২ তাৰিখে ঢালিগাঁৱ দৈনিক বজাৰত থকা ৩৩ কিল'ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ উচ্চতা বঢ়োৱাৰ কাম কৰা হ'ব।

অসম শক্তি বিতৰণৰ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ মহকুমা অভিযন্তাই জনাইছে যে ১০ আৰু ১১ ডিচেম্বৰৰ, ২০২২ তাৰিখে চাপাগুৰী, ঢালিগাঁও, বেংতল, টুক্রাঝাৰ, শান্তিপুৰ, দাদগিৰি শ্যাথাইবাৰী, গৰুভাসা, ৰুনীখাতা আৰু কাশীকত্ৰা অঞ্চলত ৰাতিপুৱা ৬ বজাৰৰ পৰা দিনৰ ১১বজালৈকে বিদ্যুৎ যোগান বন্ধ থাকিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

 rajesh pande