জেহাদীৰ সন্ধানত এজনক আটক নগাঁও আৰক্ষীৰ
নগাঁও, ২২ নৱেম্বৰ (হি.স.)। নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযান। জেহাদীৰ সন্ধানত মঙলবাৰে এজনক আটক কৰে নগাঁও
জেহাদীৰ সন্ধানত এজনক আটক নগাঁও আৰক্ষীৰ


নগাঁও, ২২ নৱেম্বৰ (হি.স.)। নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযান। জেহাদীৰ সন্ধানত মঙলবাৰে এজনক আটক কৰে নগাঁও আৰক্ষীয়ে। আবু বাচাৰ নামৰ এজন ব্যক্তিক আটক কৰে নগাঁও আৰক্ষীয়ে।

পূৰ্বেও ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ( এন আই এ) ই জেৰা কৰিছিল আবুক। লক্ষ্ণৌৰ মাদ্ৰাছাত অধ্যয়ন কৰিছিল আবুয়ে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/আলোক.


 rajesh pande