গোগামুখ আৰক্ষীৰ জালত বেটাৰী চোৰ
ধেমাজি, ২৪ ছেপ্টেম্বৰ(হি স)। ধেমাজি জিলাৰ গোগামুখ আৰক্ষীৰ জালত পৰিছে তিনিটা বেটাৰী চোৰ। মিচিং স্ব
গোগামুখ আৰক্ষীৰ জালত বেটাৰী চোৰ


ধেমাজি, ২৪ ছেপ্টেম্বৰ(হি স)। ধেমাজি জিলাৰ গোগামুখ আৰক্ষীৰ জালত পৰিছে তিনিটা বেটাৰী চোৰ। মিচিং স্বায়ত্বশাসিত পৰিষদৰ গোগমুখস্থিত মুখ্য কাৰ্যালয় পৰা চুৰি কৰিছিল ডি জিৰ বেটেৰি।

এই সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰ আটক কৰা হয় তিনিজন চোৰক। চি ,চি কেমেৰাত বন্দী হোৱা দৃশ্য ভিত্তি আটক হয় তিনি গভাইড চোৰ।

গোগমুখৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াৰ নেতৃত্ব ২৪ ঘন্টাৰ ভিতৰতে আটক কৰে তিনি বেটৰী চোৰক। ধৃত তিনি গভাইড চোৰ ক্ৰমে সঞ্জীৱ বড়ো ,বুদ্ধেশ্বৰ কুটুম আৰু দিগন্ত হাজৰিকা।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande