শোণিতপুৰৰ কদমতলত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীৰ কদমতলত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এগৰাকী বাইক আৰোহী। অচিনাক্ত ট্ৰাকৰ খূণ্ডাত নিহত যুৱকজনৰ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছ দুৰ্ঘটনাটো। বাইকখনৰ নম্বৰ এএছ-১২জে-১১২৬ ।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande