ডিমৰীয়াৰ ধোপগুৰিত লেণ্ডস্কেপ গাৰ্ডেনিং বিষয়ক এক বিশেষ প্ৰতিযোগিতা
গুৱাহাটী, ০৯ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ ধোপগুৰিত অসম দক্ষতা বিকাশ অভিযান (এ এছ ডি এম) ৰ অধীনত লেণ্ডস্কেপ গাৰ্ডেনিং বিষয়ক এক বিশেষ প্ৰতিযোগিতা। ক্ষেত্ৰীস্থিত ডেফডিল গ্ৰুপ অৱ ইনষ্টিটিউচন ৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত আবেদনৰ অন্তত নিৰ্বাচি
ডিমৰীয়াৰ ধোপগুৰিত Landscape Gardening বিষয়ক এক বিশেষ প্ৰতিযোগিতা।


ডিমৰীয়াৰ ধোপগুৰিত Landscape Gardening বিষয়ক এক বিশেষ প্ৰতিযোগিতা।


গুৱাহাটী, ০৯ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ ধোপগুৰিত অসম দক্ষতা বিকাশ অভিযান (এ এছ ডি এম) ৰ অধীনত লেণ্ডস্কেপ গাৰ্ডেনিং বিষয়ক এক বিশেষ প্ৰতিযোগিতা।

ক্ষেত্ৰীস্থিত ডেফডিল গ্ৰুপ অৱ ইনষ্টিটিউচন ৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত আবেদনৰ অন্তত নিৰ্বাচিত অসমৰ ভিন্ন প্ৰান্তৰ ৮গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰতিযোগিতাৰ পৰা স্থানপ্ৰাপ্ত প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে অসম দক্ষতা বিকাশ অভিযানৰ বিষয়ববীয়াই।

এই প্ৰতিযোগিতাত তিনিগৰাকী বিশেষজ্ঞ বিচাৰকে দুগৰাকী প্ৰতিযোগীক নিৰ্বাচন কৰিব। উল্লেখ্য যে শেহতীয়াকৈ নতুন প্ৰজন্মক এনেধৰণৰ কাৰ্যৰ প্ৰতি আগ্ৰহ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ অসম দক্ষতা বিকাশ কেন্দ্ৰৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande