ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ জয় যাত্ৰা
ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ জয় যাত্ৰা ৷
ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ জয় যাত্ৰা


নগাঁও, ০২ নৱেম্বৰ (হি.স.): ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফল যোৱা কালি শনিবাৰে সন্ধিয়া ঘোষণা কৰা হয় ৷ উক্ত নিবাচনত আছুৰ সমৰ্থিত বহু কেইজন প্ৰাৰ্থী জয় লাভ কৰিছে ৷

সভাপতি পদত ভাগ্যশ্ৰী মুদৈ আৰু সাধাৰণ সম্পাদক পদত দ্বীপজ্যোতি টেৰণ সহ ৮টা পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয়ী হয়। বিজয়ী হৈ সকলোৱে এক বিশাল সমদল উলিয়াই পদযাত্ৰা কৰে আৰু প্ৰয়াত জুবিন গাৰ্গ ন্যায় কামনা কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande