কামপুৰত চুৰি কৰা বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ
নগাঁও, ১৪ নৱেম্বৰ (হি.স.)। কামপুৰ বকুলগুৰি পদুমনি কলনীত উত্তেজনা ৷ চুৰি কৰা বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ ৷ বিদ্যুৎ বিভাগৰ কেইবাজনো কৰ্মচাৰীক মাৰপিট কৰাৰ লগতে মোবাইল ভাঙি পেলাই স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত
কামপুৰত চুৰি কৰা বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ


নগাঁও, ১৪ নৱেম্বৰ (হি.স.)। কামপুৰ বকুলগুৰি পদুমনি কলনীত উত্তেজনা ৷ চুৰি কৰা বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ ৷ বিদ্যুৎ বিভাগৰ কেইবাজনো কৰ্মচাৰীক মাৰপিট কৰাৰ লগতে মোবাইল ভাঙি পেলাই স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কেইজনক চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷

অসমৰ গ্ৰামাঞ্চলত বিদ্য়ুত চুৰি এটা সামাজিক ব্য়াধি হিচাপে উদ্ভৱ হৈছে। বিদ্য়ুত চুৰিৰ ঘটনাৰ ফলত অসমৰ শক্তি বিভাগে বৃহত লোকচানৰ সন্মুখীন হব লগা হৈছে। একাংশ গাওবাসী ঘৰুৱা বিদ্য়ুত সংযোগ অবিহনে সম্পূৰ্ণ বেআইনী ভাবে বিদ্য়ুত চুৰিত জৰিত হই নিজৰ লগতে আনৰো জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande