বৰপেটাৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰীত দিনযোৰা কাৰ্যসূচীৰে খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন
বৰপেটা, ০১নৱেম্বৰ (হি.স.)। বৰপেটা ৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰীত দিনযোৰা কাৰ্যসূচীৰে শ্যাম পৰিয়ালৰ তৰফৰ পৰা খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন কৰা হৈছে l কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা ভাণ্ডাৰা,আৰু আবেলি ৫ বজাৰ পৰা ভজন-কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰি
বৰপেটাৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰীত দিনযোৰা কাৰ্যসূচীৰে শ্যাম পৰিয়ালৰ তৰফৰ পৰা খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন


বৰপেটাৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰীত দিনযোৰা কাৰ্যসূচীৰে শ্যাম পৰিয়ালৰ তৰফৰ পৰা খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন


বৰপেটা, ০১নৱেম্বৰ (হি.স.)। বৰপেটা ৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰীত দিনযোৰা কাৰ্যসূচীৰে শ্যাম পৰিয়ালৰ তৰফৰ পৰা খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন কৰা হৈছে l কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা ভাণ্ডাৰা,আৰু আবেলি ৫ বজাৰ পৰা ভজন-কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰিছে ৰাধা কৃষ্ণ ঠাকুৰ বাৰীৰ সৈতে জৰিত ভক্ত বৃন্দই।

অঞ্চলটোৰ অতি পুৰণি মন্দিৰটোত বিগত কেইবা বছৰ জুৰি খাটো শ্যাম বাবাৰ জন্ম দিন উদযাপন কৰা থকা হৈছে। বৰপেটা ৰোডৰ ৰাধা কৃষ্ণ ঠাকুৰ বাৰী মন্দিৰটোৰ সৈতে জিলা খনৰ কেইবা শতাধিক ধৰ্ম প্ৰাণ ৰাইজ জৰিত হৈ আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande