জুবিন গাৰ্গৰ বহু প্ৰত্যাখিত ছবি ৰৈ ৰৈ বিনালেৰ আজি দ্বিতীয় দিনাও দৰ্শকৰ লানি নিচিগা ভিৰ
কামৰূপ, ০১ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ বহু প্ৰত্যাখিত ছবি ৰৈ ৰৈ বিনালেৰ আজি দ্বিতীয় দিনাও দৰ্শকৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে । ৰঙিয়া ষ্টেচন ৰোডত থকা ডিলাইট গল্ড চিনেমা হলত ৰাতিপুৱা ৬ বজাৰ পৰা এনেদৰে জুবিন গাৰ্গৰ শেষৰ খন ছবি ৰৈ ৰৈ বিনালে
জুবিন গাৰ্গৰ বহু প্ৰত্যাখিত ছবি ৰৈ ৰৈ বিনালেৰ আজি দ্বিতীয় দিনাও দৰ্শকৰ লানি নিচিগা ভিৰ


কামৰূপ, ০১ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ বহু প্ৰত্যাখিত ছবি ৰৈ ৰৈ বিনালেৰ আজি দ্বিতীয় দিনাও দৰ্শকৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে । ৰঙিয়া ষ্টেচন ৰোডত থকা ডিলাইট গল্ড চিনেমা হলত ৰাতিপুৱা ৬ বজাৰ পৰা এনেদৰে জুবিন গাৰ্গৰ শেষৰ খন ছবি ৰৈ ৰৈ বিনালে চোৱাৰ উদ্দেশ্যে বিভিন্ন অঞ্চলৰ পৰা দৰ্শক সকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে।

প্ৰাণৰ শিল্পী গৰাকী আজি আমাৰ মাজত নাই তথাপিও তেওঁক এবাৰ জীৱন্ত ৰূপত শেষ বাৰৰ বাবে ৰূপালী পৰ্দাত চোৱাৰ অফুৰন্ত হেঁপাহ জুবিন অনুৰাগী দৰ্শকৰ আৰু সেয়ে ৰঙিয়া তথা বিভিন্ন অঞ্চলৰ পৰা জুবিন গাৰ্গৰ শেষৰ খন ছবি ৰৈ ৰৈ বিনালে চোৱাৰ বাবে হিল দোল ভাগি ওলাই আহিল জুবিন অনুৰাগী তথা দৰ্শক সকল । আৰু সকলোৱে একে মুখে justice for jubeen বুলি কৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande