নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
নলবাৰী, ০১ নৱেম্বৰ (হি.স.)। নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূছী ৰূপায়ন।বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ হ''ল যুৱ ছাত্ৰ পৰিষদ। নামনি সোঁৱনশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি অসমত প্ৰস্তাবিত সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ
নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ


নলবাৰী, ০১ নৱেম্বৰ (হি.স.)। নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূছী ৰূপায়ন।বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ হ'ল যুৱ ছাত্ৰ পৰিষদ।

নামনি সোঁৱনশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি অসমত প্ৰস্তাবিত সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ ছাত্ৰ পৰিষদে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত নলবাৰী জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande