জনজাতি কৰণৰ দাবীত ধেমাজি কাছাৰী ময়দানত বিশাল গণসমাবেশ
ধেমাজি, ০১ নৱেম্বৰ (হি.স.)। জনজাতি কৰণৰ দাবীত ধেমাজি কাছাৰী ময়দানত বিশাল গণসমাবেশ। সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত তথা ভাতৃ ভগ্নি সংগঠন সমুহৰ যৌথ সহযোগত চুতীয়া জনগোষ্ঠীখ জনজাতি কৰন কাৰা দাবিত পুনৰ আজি ধেমাজি কাছাৰী ময়দানত বিশাল গন সমাবেশ আয়োজন কৰে
জনজাতি কৰণৰ দাবীত ধেমাজি কাছাৰী ময়দানত বিশাল গণসমাবেশ


ধেমাজি, ০১ নৱেম্বৰ (হি.স.)। জনজাতি কৰণৰ দাবীত ধেমাজি কাছাৰী ময়দানত বিশাল গণসমাবেশ। সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত তথা ভাতৃ ভগ্নি সংগঠন সমুহৰ যৌথ সহযোগত চুতীয়া জনগোষ্ঠীখ জনজাতি কৰন কাৰা দাবিত পুনৰ আজি ধেমাজি কাছাৰী ময়দানত বিশাল গন সমাবেশ আয়োজন কৰে ।

জাতিৰ সাজ পাৰ পৰিধান কৰি সমবেত হোৱা ৩০ লক্ষ্যধিক লোকে চুতীয়া জাতিক জনজাতি মৰ্য্যদা প্ৰদান হিমন্তু চৰকাৰ হায় হায় আদি শ্ল গানেৰে পৰিবেশ উওাল কৰি তোলে। সমবেত ৰাইজে পুনে পুনে কাছাৰী ময়দানৰ পৰাধেমাজি চহৰৰ মাজেৰে হাতত প্লে কাৰ্ড লৈ ৰাজ পথৰ মাজেৰে সমদল হৈ প্ৰতিবাদ কৰি আয়ুক্ত কাৰ্ষলয় স্মাৰক পএ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande