উজনি অসম মৰাণত এইবাৰ জনজাতিকৰণৰ দাবীত গৰ্জন তুলিলে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে
ডিব্ৰুগড়, ০১ নৱেম্বৰ (হি.স.)। উজনি অসম মৰাণত এইবাৰ জনজাতিকৰণৰ দাবীত গৰ্জন তুলিলে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে। চুতীয়া জাতি সন্মিলন অসম, আৰু ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে বিশাল গণসমাৱেশ। হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকে কঁ‌পাল
উজনি অসম মৰাণত এইবাৰ জনজাতিকৰণৰ দাবীত গৰ্জন তুলিলে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে


ডিব্ৰুগড়, ০১ নৱেম্বৰ (হি.স.)। উজনি অসম মৰাণত এইবাৰ জনজাতিকৰণৰ দাবীত গৰ্জন তুলিলে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে। চুতীয়া জাতি সন্মিলন অসম, আৰু ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে বিশাল গণসমাৱেশ।

হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকে কঁ‌পালে মৰাণৰ ৰাজপথ। নো এছ টি নো ৰেষ্ট দাবীৰে উত্তাল মৰাণ। চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই বিশাল গণসমাৱেশ। উজনিৰ কেইবাখনো জিলাৰ পৰা হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই সমাৱেশত।

মৰাণৰ ঊষাপুৰ খেলপথাৰত সমবেত হৈ বিশাল সমদল বাহিৰ কৰে মৰাণ নগৰত। ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিক উৎখাত কৰাৰ হুংকাৰ জনগোষ্ঠীটোৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande